Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

GT Pedagogy MCQ, Part - 10

The Assam Graduate Teacher (GT) and Post Graduate Teacher (PGT) TET exams assess candidates on Pedagogy, Assam and Its People, General English, General Studies, and Current Affairs. Comprehensive study materials, including topic-wise syllabi and recommended books, are available to aid preparation.

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

Assam TET - GT Pedagogy MCQ Question, Part - 10

      Enhance your preparation for the Assam TET GT & PGT exams with our comprehensive collection of Pedagogy Multiple Choice Questions (MCQs). Our expertly curated questions cover essential topics in teaching methodologies, educational psychology, and classroom management, providing you with the tools needed to excel in your teaching career. Stay ahead of the competition by practicing with our up-to-date and relevant MCQs, designed to reflect the latest exam patterns and trends. Start your journey towards success today by accessing our extensive question bank and elevating your pedagogical knowledge.

 

1. শিক্ষণ বা শিকন প্রক্রিয়াটো হ'ল

  • প্রণালীবদ্ধ প্রক্রিয়া
  • যুক্তিযুক্তভাবে সমস্যা সমাধান প্রক্রিয়া
  • গবেষণামূলক প্রক্রিয়া
  • আটাইকেইটা শুদ্ধ

 

2. আমেৰিকাৰ বিখ্যাত চিন্তাবিদ ষ্টেনলি হলে কৈশোৰ কালক

  • সংকটপূর্ণ সময় বুলি কৈছে
  • প্ৰেমৰ সময় বুলি কৈছে
  • ধুমুহা আৰু পীড়নৰ কাল বুলি কৈছে
  • শৈশৱ কালৰ পুনৰাবৃত্তি বুলি কৈছে

 

3. কৈশোৰ কালক শৈশৱৰ পুনৰাবৃত্তি বুলি অভিহিত কৰিছিল

  • ষ্টেনলি হলে
  • মনোবিদ গিলফোর্ডে
  • আর্নেষ্ট জোনচে
  • দার্শনিক চক্রেটিছে

 

4. আকস্মিকভাৱে অনুভৱ কৰা বীর্যস্খলন আৰু ঋতুস্রাৱৰ অভিজ্ঞতাই উদ্বেগৰ সৃষ্টি কৰে

  • শৈশৱ কালৰ ল'ৰা-ছোৱালীৰ মনত
  • কৈশোৰ কালব ল'ৰা-ছোৱালীৰ মনত
  • বাল্য কালৰ ল'ৰা-ছোৱালীৰ মনত
  • কৈশোৰ কালৰ ছোৱালীৰ মনত

 

5. কৈশোৰৰ অত্যাধিক আৱেগিক আতিশযাই তেওঁলোকক উপযুক্তভাৱে পৰিস্থিতিৰ সম্মুখীন হোৱাত

  • সুবিধাৰ সৃষ্টি কৰে
  • অসুবিধাৰ সৃষ্টি কৰে
  • সকাহ দিয়ে
  • এটাও নহ

 

Assam TET GT - Pedagogy Chapter
PYQ Paper for GT TET Click
Pedagogy MCQ Question Click
শিকন-শিক্ষণ প্রক্রিয়া আৰু শিক্ষাদানশৈলী Click
শিক্ষামূলক মনোবিজ্ঞান Click
কিশোৰ-কিশোৰীসকলৰ মনোবিজ্ঞান Click
ভাৰতবৰ্ষত শিক্ষক শিক্ষাৰ উদ্দেশ্য Click
ক্রিয়াত্মক গৱেষণা Click

 

6. মনোবিজ্ঞানী গার্ডেনাৰে বুদ্ধিমত্তাৰ সাতটা তালিকা কৰিছে। তলৰ কোনটো সেই সাতটাৰ অন্তর্গত নহয়

  • লজিকেল মেথেমেটিকেল ইন্টেলিজেন্স
  • মিউজিকেল ইন্টেলিজেন্স
  • বডিলি-কিনেষ্টেটিক ইন্টেলিজেন্স
  • আবেগিক ইন্টেলিজেন্স

 

7. যদি কোনোবা অভিভাৱকে আহি কোনো ছাত্রক ভেওঁ পাবলগীয়া নম্বৰতকৈ সবহ নম্বৰ দিবলৈ আপোনাক অনুৰোধ কৰেহি, তেতিয়া

  • তেওঁক গালি পাৰিব, তিৰস্কাৰ কৰিব আৰু ওলাই যাবলৈ ক'ব
  • খং উঠিব আৰু তেওঁৰ লগত একো কথা নাপাতিব
  • নম্রভাৱে কথা পাতিব আৰু বুজাই দিব যে সেইটো কথা সম্ভৱ নহয়
  • তেওঁক অৱজ্ঞা কৰিব

 

8. জ্ঞান, অভিজ্ঞতা আৰু গৱেষণাৰ উপৰি শিক্ষাদানত আৰু কিহন প্রয়োজন

  • আদর্শবাদ
  • আধুনিক দৃষ্টিভংগী
  • ধৈর্য
  • দক্ষতা

 

9. 'মনোবিশ্লেষণ' পদ্ধতিৰ প্ৰৱৰ্তক হ'ল-

  • এৰিষ্টটল
  • পেষ্টালজী
  • চিগমাণ্ড ফ্রয়েড
  • উইলিয়াম মেকভুগেল

 

10. "বয়ঃসন্ধিকাল হ'ল শৈশৱকালৰ পুনৰাবৃত্তি।" এই মতামত হ'ল

  • ৰেমণ্টৰ
  • আর্ণেষ্ট জনচৰ
  • চাৰ্ল্চ স্পিয়েৰমেনৰ
  • মাৰিয়া মন্টেশ্বৰীৰ

 

Assam TET GT - Mock Test Series
GT Pedagogy Question Test - 1
GT Pedagogy Question Test - 2
GT Pedagogy Question Test - 3
GT Pedagogy Question Test - 4
GT Pedagogy Question Test - 5
GT Pedagogy Question Upto Test - 50

 

11. পেষ্টালজী আছিল

  • জার্মান মনোবিজ্ঞানী
  • ফৰাচী মনোবিজ্ঞানী
  • চুইজাৰলেণ্ডৰ মনোবিজ্ঞানী
  • ইংৰাজ মনোবিজ্ঞানী


12. সংগঠন মনোবিজ্ঞানক এটা বিশেষ পদ্ধতি হিচাপে প্রতিষ্ঠা কৰিছিল

  • ব্রেডফোর্ড টিচেনাৰে
  • ফ্রেনচিচ গেলটনে
  • হাৰবার্ট স্পেনচাৰে
  • উইলিয়াম জেমচে  

 
13. কৈশোৰ কালৰ ল'ৰা-ছোৱালীসকলক প্রদান কৰা হয়

  • প্রাথমিক শিক্ষা
  • মাধ্যমিক শিক্ষা
  • উচ্চ প্রাথমিক শিক্ষা
  • উচ্চ শিক্ষা

 

14. শিক্ষক-ছাত্রৰ সম্পর্ক কেনে হোৱা উচিত

  • শিশুক তেওঁলোকৰ মনোভাব প্রকাশৰ সুবিধা দিয়া
  • শিশুৰ সফলতা আৰু বিফলতাত সমভাবে অংশগ্রহণ
  • শিশুৰ প্রশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰা
  • ওপৰৰ আটাইকেইটা

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

15. এটা শ্ৰেণীকোঠাৰ অনুশাসন বজাই ৰখাৰ ক্ষেত্ৰত প্রধান দায়িত্ব থাকে

  • প্রধান শিক্ষকৰ ওপৰত
  • শ্রেণী শিক্ষকৰ
  • স্কুল ইন্সপেক্টৰৰ ওপৰত
  • প্রশাসকৰ

 

16. কিশোৰ অপৰাধ প্ৰৱণতা প্রতিৰোধৰ বাবে বিদ্যালয়ত প্রচুৰ পৰিমাণে

  • সহ পাঠ্যক্রমিক ব্যৱস্থা থাকিব লাগে
  • উপযুক্ত শৈক্ষিক নির্দেশনা থাকিব লাগে
  • পাঠৰ মূল্যায়ন শিশুটিৰ বয়স অনুযায়ী কৰিব লাগে
  • ওপৰৰ সকলো


17.  Psychology শব্দটোৰ উৎপত্তি হৈছে দুটা গ্রীক শব্দ

  • Psycho আৰু logy-ৰ পৰা
  • Psyche আৰু logos-ৰ পৰা
  • Psycho আৰু logos-ৰ পৰা
  • Psyche আৰু lagos-ৰ পৰা
     

18. শিক্ষাদান কৰিবলৈ পাঠ পৰিকল্পনা

  • প্রয়োজন নাই
  • সময় সাপেক্ষে প্রয়োজন
  • শিক্ষকৰ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰিব
  • প্রয়োজন আছে

 

 

 

19. শ্রৱণ-দর্শন সঁজুলিৰ এটা ভাগ হ'ল

  • ৰঙীন শিক্ষণ সঁজুলি
  • প্রত্যক্ষ অভিজ্ঞতা দানৰ সঁজুলি
  • বগা-ক'লা শিক্ষণ সঁজুলি
  • গতিশীল শিক্ষণ সঁজুলি
     

20. শিশুৰ সৃজনী শক্তিব বিকাশ হয়

  • বাল্যকালত
  • উত্তৰ বাল্যকালত
  • পূর্ব বাল্যকালত
  • কৈশোৰকালত


21. মানসিকভাৱে বাধাগ্রস্ত শিশুসকল দৈহিক, মানসিক, বৌদ্ধিক, আবেগিক আদি প্রায়বোৰ দিশতেই স্বাভাৱিক শিশুসকলতকৈ

  • বিশেষভাৱে আগবঢ়া ধৰণৰ হয়
  • সমকক্ষ ধৰণৰ হয়
  • বিশেষভাৱে পিছপৰা হয়
  • আটাইকেইটা শুদ্ধ

 

22. "কোনো বিষয় বা বস্তুৰ প্রতি আমাৰ মনোযোগ সৃষ্টি হোৱাটোৱেই আগ্রহ"- মতামতটো আগবঢ়াইছিল

  • মনোবিদ মেকডুগেলে
  • জেমছ এচ ৰছে
  • মনোবিদ গিলফোর্ডে
  • মনোবিদট্রঙৰ মতে

 

Assam TET GT & PGT Study Materials
  i. Pedagogy
ii. Assam & Its People
iii. General English
iv. Mathematics
v. General Studies & Current Affairs

 

23. মানৱ আচৰণক দুটা ভাগত ভাগ কৰিব পাৰি। সেই দুটা হ'ল

  • সহজাত আচৰণ আৰু শিক্ষালব্ধ আচৰণ
  • সহজাত আচৰণ আৰু আর্জিত আচৰণ
  • সহজাত আচৰণ আৰু প্রকট আচৰণ
  • সহজাত আচৰণ আৰু অপ্রকট আচৰণ

 

24. মাধ্যমিক পর্যায়ৰ ল'ৰা-ছোৱালীয়ে সাধাৰণতে আনক অনুকৰণ কৰে

  • স্বতঃস্ফূর্তভাৱে
  • ইচ্ছাকৃতভাৱে
  • অন্ধভাৱে
  • অজ্ঞান ভাৱে

 

25. জার্মানীৰ বিখ্যাত শিক্ষাবিদ হার্বার্টে পাঠদানৰ সময়খিনি ভাগ কৰিছিল

  • দুটা স্তৰত
  • তিনিটা স্তৰত
  • চাৰিটা স্তৰত
  • পাঁচটা স্তৰত


26. শিক্ষণ হ'ল সমাযোজন পদ্ধতি। ই হৈছে জীৱৰ এনে এক ক্রিয়া পদ্ধতি যাৰ দ্বাৰা প্ৰণীয়ে নিজৰ অভিপ্ৰায়বোৰ পূৰণৰ বাবে পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই লয় অথবা সমাযোজন কৰে আৰু তাৰ যোগেদি উপস্থিত বাধা-বিঘিনি অতিক্রম কৰিবৰ বাবে নিজ আচৰণ সংশোধন কৰে উক্তিটো আগবঢ়াইছিল

  • ফ্রেডৰিক ফ্রৱেলে
  • আইভান পেভলভে
  • ক্রো আৰু ক্রোৱে
  • কিংছলে আৰু গেৰিয়ে

 

Assam TET GT - MCQ Questions Series with Answer
GT Pedagogy MCQ Part - 1
GT Pedagogy MCQ Part - 2
GT Pedagogy MCQ Part - 3
GT Pedagogy MCQ Part - 4
GT Pedagogy MCQ Part - 5
GT Pedagogy MCQ Upto Part - 50

 

27. তলৰ কোনটো হিউৰিষ্টিক পদ্ধতিৰ সুবিধা নহয়

  • শিক্ষার্থীব যুক্তিপ্রৱণতা বৃদ্ধি কৰিব পাৰে
  • পদ্ধতিটো প্রাথমিক বিদ্যালয়ত প্রয়োগ কৰিব পাৰি
  • শিক্ষার্থীসকলক আত্মবিশ্বাসী আৰু আত্মনির্ভৰশীল কৰি তোলে
  • শিক্ষার্থীসকলক আত্মউপলব্ধি আৰু আত্মপ্রকাশৰ সুবিধা দিয়ে


28. ডেল্টন আঁচনিৰ আৱিষ্কাৰক আছিল

  • মাৰিয়া মন্টেশ্বৰী
  • উইলিয়াম কিলপেট্রিক
  • হেলেন পাৰ্খষ্ট
  • ফ্রেডৰিক ফ্রবেল

 

29. সম্পূর্ণ মুক্ত পৰিবেশত, স্বতঃস্ফূর্তভাৱে আৰু আনন্দ উপভোগ কৰিবৰ বাবে কৰা কামেই খেলা। গতিকে খেলা বুলিলেই তিনিটা বিশেষ মানসিক লক্ষণ পৰিলক্ষিত হয়, সেইকেইটা হ'ল

  • স্বতঃস্ফূর্ততা, স্বাধীনতা আৰু আনন্দ
  • স্বাধীনতা, আনন্দ আৰু বৈৰীতা
  • স্বতঃস্ফূর্ততা, আনন্দ আৰু স্বার্থপবতা
  • ওপৰৰ এটাও নহয়

 

30. অনিচ্ছুকসকলৰ মাজত ইচ্ছা জগাই তোলা, আগ্রহী কৰি তোলা, শিক্ষাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিব নোৱাৰাজনৰ মনত উপলব্ধিৰ সৃষ্টি কৰা আদি কামবোৰক কোৱা হয়।

  • প্রয়োজন
  • শিক্ষণ
  • প্রেৰণা
  • অভিৰোচন

 

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class 10
ATET - GT ATET - PGT Class 12

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved