Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

GT Pedagogy MCQ, Part - 5

The Assam Graduate Teacher (GT) and Post Graduate Teacher (PGT) TET exams assess candidates on Pedagogy, Assam and Its People, General English, General Studies, and Current Affairs. Comprehensive study materials, including topic-wise syllabi and recommended books, are available to aid preparation.

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

Assam TET - GT Pedagogy MCQ Question, Part - 5

      Enhance your preparation for the Assam TET GT & PGT exams with our comprehensive collection of Pedagogy Multiple Choice Questions (MCQs). Our expertly curated questions cover essential topics in teaching methodologies, educational psychology, and classroom management, providing you with the tools needed to excel in your teaching career. Stay ahead of the competition by practicing with our up-to-date and relevant MCQs, designed to reflect the latest exam patterns and trends. Start your journey towards success today by accessing our extensive question bank and elevating your pedagogical knowledge.

 

1. বিশেষ শিক্ষা তলৰ কোনটোৰ লগত জড়িত

  • প্রাপ্তবয়স্ক শিক্ষাৰ লগত
  • প্রতিভাশালী শিশুৰ শিক্ষাৰ ক্ষেত্রত
  • শিক্ষক প্রশিক্ষণৰ লগত
  • ব্যতিক্রমী শিশুৰ শিক্ষাৰ ক্ষেত্রত

 

2. মনোযোগ হ'ল আগ্রহৰ এক

  • নিষ্ক্রিয় অৱস্থা
  • লুপ্ত অৱস্থা
  • উন্মুক্ত অৱস্থা
  • সক্রিয় অৱস্থা

 

3. শিক্ষাদান ব্যৱস্থাক ফলপ্রসূ কৰি তোলাৰ ক্ষেত্রত শিক্ষকৰ বাবে মনস্তাত্বিক দিশ হ'ল

  • নির্দেশনাৰ দিশ
  • অভিৰোচনৰ দিশ
  • কৌশলৰ দিশ
  • আটাইকেইটা শুদ্ধ


4. অন্ধ বিশ্ববিদ্যালয়ে নতুনকৈ শিক্ষক শিক্ষাৰ বাবে বি. এড ডিগ্রীৰ আৰম্ভণি কৰিছিল

  • ১৯২০ চনত
  • ১৯৪২ চনত
  • ১৯৩২ চনত
  • ১৯৫০ চনত

 

5. ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্রশিক্ষন পৰিষদৰ কার্যকৰী সমিতিখন গঠিত হয়

  • আঠজন সদস্যৰ যাৰা
  • দহজন সদস্যৰ দ্বাৰা
  • বাৰজন সদস্যৰ যাৰা
  • চৈধ্যজন সদস্যব দ্বাৰা

 

 

Assam TET GT - Pedagogy
PYQ Paper for GT TET Click
Pedagogy MCQ Question Click
শিকন-শিক্ষণ প্রক্রিয়া আৰু শিক্ষাদানশৈলী Click
শিক্ষামূলক মনোবিজ্ঞান Click
কিশোৰ-কিশোৰীসকলৰ মনোবিজ্ঞান Click
ভাৰতবৰ্ষত শিক্ষক শিক্ষাৰ উদ্দেশ্য Click
ক্রিয়াত্মক গৱেষণা Click

 

6. মানসিক বাধাগ্ৰস্তুতৰ প্ৰধান কাৰণ হ'ল

  • বংশগতিৰ উপাদান
  • বংশগতি আৰু পৰিবেশৰ উপাদান
  • পৰিৱেশৰ উপাদান
  • এটাও নহয়

 

7. মানৱ আচৰণ অধ্যয়নৰ ক্ষেত্ৰত মৌখিক বর্ণনা পদ্ধতি গ্রহণযোগ্য হিচাপে বিবেচনা কৰিছিল

  • জে. বি. ৱাটচনে
  • ফ্রেনটিচ্ গেলটনে
  • ভাৱবাদে
  • আচৰণবাদে

 

8. মনোবিশ্লেষণ বা মনঃসমীক্ষণ সম্পর্কীয় মতবাদ আৰু চিকিৎসা পদ্ধতিৰ প্রৱর্তক আছিল

  • অস্ট্রিয়ান মনোবিজ্ঞানী ছিগমাণ্ড ফ্রয়েড
  • জার্মান দার্শনিক ফ্রিডৰিখ নীটছেই
  • জার্মান দার্শনিক ফ্রিডৰিখ জোহান হাৰবার্ট
  • ইংৰাজ প্রকৃতিবাদী চার্লচ ডাৰউইন

 

9. শিক্ষাদানৰ বেলিকা বক্তৃতা পদ্ধতি হ'ল সম্পূর্ণৰূপে

  • শিশুকেন্দ্রিক
  • শিক্ষককেন্দ্রিক
  • সমাজকেন্দ্রিক
  • অভিভাৱককেন্দ্রিক


10. তলৰ কোনটো অনগ্ৰসৰতাৰ কাৰণ নহয়

  • সামাজিক কাৰণ
  • আবেগিক কাৰণ
  • প্রাকৃতিক কাৰণ
  • দৈহিক কাৰণ

 

Assam TET GT - Mock Test Series
GT Pedagogy Question Test - 1
GT Pedagogy Question Test - 2
GT Pedagogy Question Test - 3
GT Pedagogy Question Test - 4
GT Pedagogy Question Test - 5
GT Pedagogy Question Upto Test - 50

 

11. এজন প্ৰাৰম্ভিক শিক্ষকৰ ক্ষেত্ৰত উদ্ভৱ হ'ব পৰা প্রধান সমস্যা হ'ল

  • ব্যক্তিগত সমস্যা
  • সামুহিক সমস্যা
  • A আৰু B দুয়োটা শুদ্ধ
  • এটাও নহয়


12. 'মাক-দেউতাকৰ অপৰাধ প্ৰৱণতা সন্তানৰ অপৰাধ প্ৰৱণতাৰ প্ৰধান কাৰণ নহয়। অশিষ্ট আচৰণ আৰু অপৰাধ প্রৱণত শিশুৰ আর্জিত অভিজ্ঞতাহে মাথোন"- কথাটো কৈছিল

  • মনোবিজ্ঞানী ছিৰিল বার্টে
  • মনোবিজ্ঞানী ৰাইবার্নে
  • মনোবিজ্ঞানী ষ্টেনলী হলে
  • মনোবিজ্ঞানী উডৱর্থে


13. "শিক্ষা মনোবিজ্ঞানে শিকনৰ স্বৰূপ, মানৱ ব্যক্তিত্বৰ বিকাশ আৰু সামাজিক পৰিস্থিতিত ব্যক্তি আৰু সমাজৰ পাৰ্থক্য আলোচনা কৰে"- মতবাদটো আগবঢ়াইছিল

  • মনোবিজ্ঞানী পিলে
  • দার্শনিক এৰিষ্টটলে
  • ক্রো আক ক্রোৱে
  • দার্শনিক প্লেটোৱে

 

14. তলৰ কোনটো শ্রেণীকোঠাৰ সঁজুলি নহয়

  • গোলক
  • ইণ্টাৰনেট
  • দূৰদর্শন
  • মানচিত্র

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

 15. শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়

  • পেষ্টালজী
  • কফকা
  • মাৰিয়া মন্টেছৰী
  • ব্রনফেনব্রেনাৰ

 

16. তলৰ কোনটো শুদ্ধ

  • বক্তৃতা পদ্ধতি সম্পূর্ণভাৱে শিক্ষককেন্দ্রিক
  • অতীজতে বক্তৃতা পদ্ধতিৰ প্রচলন আছিল
  • বর্তমান বিদ্যালয়সমূহত কেৱল নির্দশন পদ্ধতি ব্যৱহাৰ কৰা হয়
  • এটাও নহয়

 

17. গৱেষণাগাৰৰ নিয়ন্ত্রিত পৰিবেশত সংঘবদ্ধভাৱে কৰা পর্যবেক্ষণক

  • অন্তপ্রেক্ষণ পদ্ধতি বোলে
  • পৰীক্ষণ পদ্ধতি বোলে
  • নিৰীক্ষণ পদ্ধতি বোলে
  • অনুকৰণ পদ্ধতি বোলে


18. গেষ্টাল্ট মতবাদৰ সৈতে কোন জড়িত

  • ক'হলাৰ
  • কফকা
  • উইলিয়াম ৱার্থিমাৰ
  • ওপৰৰ আটাইকেইজন

 

 

19. ছাত্র-ছাত্রীৰ বাবে শিক্ষক হ'ল

  • এজন বন্ধু
  • এগৰাকী পথ প্রদর্শক
  • এগৰাকী দার্শনিক
  • ওপৰৰ আটাইকেইটা

 

20. দলগত কার্যপ্রণালীত শিক্ষার্থীৰ আনৰ পৰিসৰ

  • পৰিবর্তন হয়
  • একে থাকে
  • বৃদ্ধি পায়
  • নিম্নগামী হয়


21. কোনো বিষয় বা বস্তুৰ বিভিন্ন অংশন প্রতি পৃথকভাবে প্রদান কৰা মনোযোগক

  • বিশ্লেষণাত্মক মনোযোগ বোলে
  • সংশ্লেষণাত্মক বিশ্লেষণাত্মক মনোযোগ বোলে
  • প্রত্যক্ষ বিশ্লেষণাত্মক মনোযোগ বোলে
  • পৰোক্ষ বিশ্লেষণাত্মক মনোযোগ বোলে


22. "শিক্ষা মনোবিজ্ঞানে ব্যক্তিৰ জন্মৰ পৰা বৃদ্ধ বয়সলৈ লাভ কৰা সকলো শিক্ষণ অভিজ্ঞতাকে আলোচনা আৰু ব্যাখ্যা কৰে'- উক্তিটো আগবঢ়াইছিল-

  • মনোবিদ ষ্টিফেনে
  • দার্শনিক এৰিষ্টটলে
  • ক্ৰো আৰু ক্রোৱে
  • দার্শনিক মেকভূগেলে

 

Assam TET GT & PGT Study Materials
  i. Pedagogy
ii. Assam & Its People
iii. General English
iv. Mathematics
v. General Studies & Current Affairs

 

23. সমাজ সচেতনতাৰ লগে লগেই নৈতিক সচেতনতাও বহুখিনি বৃদ্ধি হয়

  • যৌৱন কালত
  • শৈশৱ কালত
  • প্রাপ্ত বয়স্ক অৱস্থাত
  • বাল্য কালত


24. শিক্ষণৰ 'প্রচেষ্টা আৰু ভুল পদ্ধতি' জড়িত হৈ আছে

  • অনুবন্ধনবাদৰ লগত
  • অন্তর্দর্শন পদ্ধতিৰ লগত
  • সংযোগবাদৰ লগত
  • ওপৰৰ আটাইকেইটা শুদ্ধ

 

25. অপৰাধমূলক আচৰণ সাধাৰণতে অধিক প্রদর্শন হয়

  • ল'ৰাৰ
  • ছোৱালীৰ
  • ল'ৰা-ছোৱালী উভয়ৰ
  • ওপৰৰ এটাও নহয়


26. ব্যৱহাৰিক অনুবন্ধনবাদৰ জন্মদাতা আছিল

  • স্কীনাৰ
  • ৱাটচন
  • জন লক
  • কলভিন

 

Assam TET GT - MCQ Questions Series with Answer
GT Pedagogy MCQ Part - 1
GT Pedagogy MCQ Part - 2
GT Pedagogy MCQ Part - 3
GT Pedagogy MCQ Part - 4
GT Pedagogy MCQ Part - 5
GT Pedagogy MCQ Upto Part - 50

 

27. শিক্ষাৰ ক্ষেত্ৰত শিক্ষক সকলক কোৱা হয়

  • অভিৰোচক
  • প্রেৰক
  • অভিপ্রায়
  • এটাও নহয়


28. "শিক্ষকসকল হৈছে প্রকৃত অৰ্থত দেশৰ ভৱিষ্যত গঢ়োতা" উক্তিটো আগবঢ়াইছিল

  • জাতীয় শিক্ষানীতিয়ে
  • অধ্যাপক হুমায়ুন কবীৰে
  • কোঠাৰী আয়োগে
  • মহাত্মা গান্ধীয়ে

 

29. শিক্ষা মনোবিজ্ঞানে বুজাত সহায় কৰে

  • পৰিবেশৰ প্ৰকৃতি
  • সমাজৰ আচৰণ
  • শিশুৰ প্রকৃতি
  • শিক্ষনীয় বিষয়বস্তু

 

30. বিকাশৰ সন্ধিক্ষণৰ এক স্বৰূপ হ'ল

  • বাল্যকাল
  • বয়ঃসন্ধিকাল
  • প্রাপ্তবয়স্ক কাল
  • ওপৰৰ এটাও নহয়

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class 10
ATET - GT ATET - PGT Class 12

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved