Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

CTET Jan 2024 : Assamese, Paper 2

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 2

     Prepare effectively for the CTET Assamese Paper 2 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 2, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here
Assamese Chapter Click Here

 

CTET January 2024 : Assamese, Paper 2

 

Language - I : Assamese


 

1. কোঝিকোড়িৰ মালায়ালম বক্তাসকলে একে ঠাইতে থকা আনসকলে কোরা মালায়ালমতকৈ অলপ সুকীয়াকৈ ভাষাটো কয়। সংশ্লিষ্ট গোষ্ঠীসমূহৰ কথিত মালায়ালমক কোৱা হয়
  • দুটা প্ৰকাৰৰ মালায়ালম
  • মালায়ালমৰ আঞ্চলিক উপভাষা
  • মালায়ালমৰ সামাজিক উপভাষা
  • দুয়োটা দুটা সুকীয়া ভাষা
 
2. তলৰ শিকন কার্যটো শিক্ষার্থীসকলক গোট বান্দি কৰিবলৈ দিয়া হৈছে। শব্দার্থ জ্ঞান বৃদ্ধিৰ ক্ষেত্ৰত এই কার্যটো কি বুলি জনা যায়। কার্যটো হৈছে পৰিয়াল   সম্বন্ধ   অনুভব
  • বিষয়ভিত্তিক শব্দভাণ্ডাৰ
  • ভাষাগেট (Word clusters)
  • গেট ভাষা (Cluster Vocabulary)
  • ৱর্ড- ৱেব

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

3. আমি দৈনন্দিন জীৱনত মুখামুখিকৈ কৰা ভাৱ বিনিময়ৰ বাবে ব্যৱহাৰ কৰা ভাষাক জনা যায়
  • বোধজনিত বিদ্যায়তনিক ভাষা দক্ষতা (CALP)
  • প্রাথমিক আন্তঃব্যক্তিক যোগাযোগ দক্ষতা (BICS)
  • যোগাযোগমূলক ভাষা দক্ষতা
  • আন্তঃব্যক্তিক ভাষা দক্ষতা
 
4. এগৰাকী মাধ্যমিক স্তৰৰ শিক্ষকে এটা পাঠ বা কাহিনী শিক্ষার্থীসকলক দিলে আৰু ক্ষমতা আৰু ন্যায়ৰ দৃষ্টিৰে কাহিনীটো ব্যাখ্যা কৰিবলৈ দিলে। শিক্ষকগৰাকী শিক্ষার্থীসকলৰ মনত কিহৰ বিকাশ ঘটাব বিচাৰিছিল
  • জটিল স্বাক্ষৰ দক্ষতা (Critical literacy skills)
  • সমীক্ষাত্মক শিকন কৌশল
  • জটিল ভাষা বিকাশ
  • উচ্চস্তৰীয় ভাষা দক্ষতা
 
5. ব্যাকৰণৰ শিক্ষণ-শিকনৰ ব্যৱস্থাগত জ্ঞান (Procedural knowledge) হৈছে
  • কিদৰে ব্যাকৰণৰ প্রশ্নোত্তৰ কৰা হৈছে
  • বৈয়াকৰণিক উপকৰণসমূহৰ বিষয়ে জনা
  • ব্যাকৰণৰ নিয়মসমূহৰ জ্ঞান আহৰণ কৰা
  • ভাষা আৰু ইয়াৰ সংস্কৃতিৰ সম্পর্কে জ্ঞাত হোৱা

 

6. সপ্তম শ্রেণীৰ এজন শিক্ষকে এটা যুগ্ম-অভ্যাসনৰ বাবে দুগৰাকীকৈ শিক্ষার্থীৰ যুগ্মকক দহটা বাক্যৰ এটাকৈ কাহিনী দিলে। এটা দলে প্রথম বাক্যকেইটা পড়ি যায় আৰু আনটো দলে সেই বাক্যবোৰ লিখি খয়। তাৰ পাছত দ্বিতীয় গোটে কাহিনীটো পঢ়ে আৰু প্রথম গোটে লিখি খয়। এনেদৰে তেওঁলোকে কাহিনীটো সম্পূর্ণ কৰিলে। তাৰ পাছত তেওঁলোকে অনুবাদবোৰ মূলৰ সৈতে মিলাই চালে। এই কার্যটোক কি বুলি কোৱা হয়
  • সৌহার্দ্যমূলক লেখ
  • সৌহার্দামূলক শ্রৱণ
  • বাক্যৰ শ্রুতলিপি
  • পাৰস্পৰিক দ্রুতলিপি
 
7. তলৰ কোনটো চিহ্ন ভাষাৰ ক্ষেত্রত শুদ্ধ নহয়
  • চিহ্ন ভাষাৰ বহুতো প্রকাৰ থাকে
  • চিহ্ন ভাষা এক স্বাভাবিক ভাষা
  • চিহ্ন ভাষাৰ ব্যাকৰণ নাথাকে
  • চিহ্ন ভাষাৰ ব্যাকৰণ থাকে

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

8. ত্রিভাষা - সূত্রৰ ক্ষেত্রত তলৰ কোনটো শুদ্ধ
  • মাতৃভাষা/ঘৰুবা ভাষা/প্রথম ভাষা হিচাপে অঞ্চলিক ভাষা
  • ইংৰাজী/হিন্দী/ঘকবা ভাষা/প্রথম ভাষা হিচাপে আঞ্চলিক ভাষা
  • মাতৃভাষা/থবা ভাষা/প্রথম ভাষা হিচাপে হিন্দী
  • মাতৃভাষা/ঘকরা ভাষা/প্রথম ভাষা হিচাপে ইংৰাজী
 
9. নৈদানিক শিক্ষা প্রযোজ্য হয়
  • মিসকলৰ ভাষা শিক্ষণৰ ক্ষেত্ৰত বিশেষ মনোযোগৰ প্রয়োজন
  • শিক্ষকে একাংশ বিশেষ শিক্ষার্থীন বাবে নিজব শিক্ষণ সলনি কৰিব বিচাৰে
  • শিক্ষার্থী আৰু শিক্ষকে বুজিবৰ বাবে আৰু শিক্ষণ/শিকন কৌশল সলনি বা উন্নত কৰিব বিচাবে
  • ভাষাৰ কাকতত শিক্ষার্থী আক শিক্ষকে বেছিনম্বব পাব বিচাৰে

 

Mock Tests of CTET Assamese, Paper II

    Prepare for the CTET Assamese Paper 2 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 2 Test - 1
CTET Assamese, Paper 2 Test - 2
CTET Assamese, Paper 2 Test - 3
CTET Assamese, Paper 2 Test - 4
CTET Assamese, Paper 2 Test - 5
CTET Assamese, Paper 2 More Test

 

10. এটা শিক্ষা পদ্ধতিত শিক্ষকে নিজৰ সৈতে চাৰিগৰাকী শিক্ষার্থীক লৈ এটা সহযোগিতামূলক শিবন গোট গঠন কৰিলে। তেওঁলোকন মাজত পাঠ্যপুথিৰ পৃষ্ঠাৰ বিষয়ে আলোচনা আৰম্ভ হ'ল আৰু সমীপ্যসূচক অগ্রগতিৰ এক ক্ষেত্র তৈয়াৰ হ'ল, য'ত ৰচনা পড়ন দক্ষতা বৃদ্ধি পালে। এই পদ্ধতিটো হৈছে
  • ব্যাকৰণ অনুবাদ পদ্ধতি
  • গঠনমূলক অভিগমন
  • পাৰস্পৰিক শিক্ষণ
  • আর্হি পঠন
 
11. এগৰাকী ভাষা শিক্ষকে প্রথমতে ইংৰাজীত এটা কাহিনী শুনালে। তাৰ পাছত শিক্ষার্থীক কাহিনীটো নিজৰ ভাষাত ক'বলৈ দিলে আৰু নিজৰ ভাষাত কৈ শ্রেণীকোঠাৰ সাধাৰণ ভাষাত ক'বলৈ দিলে। এই ধৰণৰ শিক্ষা দানব কৌশলক কোৱা হয়
  • ভাষান্তৰকৰণ (Translanguaging)
  • বহু ভাষিক শিক্ষণ
  • বহুভাষিক আঁচনি (Multilingual Policy)
  • ভাষা আহবণ
 
12. এগৰাকী শিক্ষার্থীয়ে বাতৰিকাকতৰ বাতৰিৰ পৰা কিছুমান বিশেষ তথ্য জানিব পাৰিছে। এইধৰণৰ পঠনক কোৱা হয়
  • সমীক্ষাত্মক পঠন (Critical Reading)
  • সাৰ - গ্রহণ (Skimming)
  • বীক্ষণ (Scanning)
  • পাঢ়ন দক্ষতা

 

13. 'আস্তাভাষিক চিনাক্তকৰণ' (Interlingual identification) মানে কি
  • নিজৰ ভাষা আৰু লক্ষ্য ভাষাৰ মাজৰ কিছুমান কথা সাদৃশ্যপূর্ণ বুলি থকা শিক্ষার্থীৰ ধাৰণা
  • নিজৰ ভাষা আৰু লক্ষ্য ভাষাৰ মাজৰ কিছুমান কথা বৈসাদৃশ্যপূর্ণ বুলি থকা শিক্ষার্থীব ধাৰণা
  • নিজৰ ভাষাৰ জ্ঞানে দ্বিতীয় ভাষা শিক্ষণক প্রভাবিত কবে বুলি শিক্ষার্থীয়ে কৰা ধাৰণা
  • বিভিন্ন ভাষা শিক্ষণে বিভিন্ন দক্ষতাৰ বিকাশ ঘটায় বুলি শিক্ষার্থীৰ মনত থকা ধাৰণা]
 
14. ষষ্ঠ শ্রেণীৰ ছাত্রী শ্রেয়াই দেউতাকৰ চাকৰিৰ স্থান সলনি হোৱা বাবে পাঞ্জাবৰ জলন্ধবৰ পৰা তামিলনাড়ুন মাডুবাইলৈ যাব লগা হ'ল। তেওঁ মাতৃভাষা পাঞ্জাবী আক বিদ্যালয়ৰ ভাষা ইংৰাজী জানিছিল। পাছত তেওঁ চুবুৰীয়াসকলৰ পৰা তামিল ক'বলৈ আৰু পঢ়িবলৈ শিকিছে। তেওঁ বর্তমান জনা ভাষা কেইটাৰ আধাৰত তলৰ কোনটো উক্তি শুদ্ধ
  • তেওঁ পাজারী আৰু ইংৰাজী ভাষা-আহবণৰ যোগেদি আৰু তামিল ভাষা - শিক্ষণৰ যোগেদি আহৰণ কৰিছে
  • তেওঁৰ তামিল ভাষা ভাষা-আহবণৰ ভিতৰত পৰে আৰু ইংৰাজী আৰু পাঞ্জাবী ভাষা ভাষা - শিক্ষণৰ ভিতৰত পৰে
  • তিনিওটা ভাষা পাঞ্জাবী, তামিল আৰু ইবোজী তেওঁ ভাষা - শিক্ষণৰ যোগেদি শিকে
  • তেওঁৰ বাবে ইবোজী ভাষা-আহরণ, পাঞ্জাবী আৰু তামিল ভাষা - শিক্ষণ

 

15. তলৰ কোনটো বিস্তৃত পঠন (Extensive Reading) ৰ উদ্দেশ্য নহয়
  • সমীক্ষাৰ বাবে পঠন (Reading for Appreciation)
  • উদ্‌ঘাটনৰ বাবে পঠন (Reading for extrapolation)
  • ব্যাকৰণ শিকিবৰ বাবে পঢ়া
  • আনন্দৰ বাবে পঠন
 

Language - II : Assamese


 

 
16. চীনা লিপিৰ উদ্ভাৱক
  • কন্‌ফ্যুচিয়াছ
  • ফু-হাই
  • চীনা জনতা
  • অজ্ঞাত চীনা লোক
 
17. ক্যুচিয়াছ আছিল
  • মানৱ জাতিৰ আটাইতকৈ প্রভাবশালী শিক্ষকসকলৰ এজন
  • মুদ্রণ যন্ত্রব উদ্ভাৱক
  • কাগজৰ উদ্ভাৱক
  • চীনা সম্রাট

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

18. আদিতে গ্রীকসকলৰ কিতাপ কম আছিল। কাৰণ
  • তেওঁলোকে লেখিব নাজানিছিল
  • তেওঁলোকে জন্তুৰ চালত লেখিব নোৱাৰিছিল
  • তেওঁলোকে কাকতৰ ব্যৱহাব নাজানিছিল
  • তেওঁলোকে লেখন সঁজুলি ভালকৈ ব্যবহাৰ কৰিব নাজানিছিল
 
19. চীনা লিপি তথা বর্ণমালাৰ উদ্ভাৱন কৰি। ইয়াত তথা শব্দটো
  • সংযোজক অধ্যয়
  • বিশেষণ
  • সর্বনাম
  • বিয়োজক অব্যয়
 
20. তলৰ কোনটো পদ্ধতিয়ে মৌখিক অনুশীলন আৰু 'ভাষাৰ আনুষ্ঠানিক সমলসমূহ আয়ত্তকৰণ' ভাষা অধ্যয়নৰ বাবে অত্যাবশ্যকীয় হিচাপে গণ্য কৰে
  • শ্রব্যভাষিকতা (Audiolingualism)
  • যোগাযোগমূলক ভাষা শিক্ষন
  • ব্যাকৰণ অনুবাদ পদ্ধতি
  • সম্পূর্ণ শাৰীৰিক সহাৰি

 

21. সপ্তম শ্রেণীব ছাত্র ইলমে কানাড়া, মাবাঠী, হিন্দী আৰু ইংবাজী ভাষা জানে। তেওঁ ঘৰত মাক দেউতাকৰ সৈতে কথা পাতোঁতে এই চাৰিওটা ভাষা নিঃসংকোচে ব্যৱহাৰ কৰে। আনহাতে বিদ্যালয়ত তেওঁ হিন্দী, কানাড়া আৰু ইংৰাজী ব্যবহাৰ কবে, কাবণ, তেওঁৰ বন্ধু আৰু শিক্ষকসকলে এই তিনিটা ভাষা ভালকৈ বুজি পায়। এই অভ্যাসটোক কি বুলি জনা যায়
  • আন্তস্ত্র ভাষিক দক্ষতা (Translingual ability)
  • ভাষা মিশ্রণ (Code meshing)
  • ভাষা সঞ্চকণ (Code moving)
  • আন্তজ্ঞ ভাষা (Inter language)
 
22. ভাষা শিক্ষণৰ ক্ষেত্ৰত তলৰ কোনটো বক্তব্য শুদ্ধ
  • নিজাভাষা/প্রথম ভাষাব জ্ঞানে দ্বিতীয় ভাষা আহৰণত প্রভাব বিস্তাব কৰে
  • নিজাভাষা/প্রথম ভাষাৰ দ্বিতীয় ভাষা শিকনৰ ক্ষেত্ৰত কোনো ভূমিকা নাই
  • নিজাভাযা/প্রথম ভাষাৰ শিক্ষণে দ্বিতীয় ভাষা শিকনত সহায় কৰে
  • প্রথম ভাষা শিকন আৰু দ্বিতীয় ভাষা সম্পূর্ণ সুকীয়া
 
23. এগৰাকী শিক্ষকে ষষ্ঠ শ্রেণীব শ্রেণীকোঠাত পাকঘৰৰ সামগ্রীসমূহৰ বর্ণনামূলক লিখনৰ যোগেদি শব্দভাণ্ডাবৰ জ্ঞান দিবলৈ শ্রেণীলৈ চামুচ, কাঁহিবাতি, বাকচ, কেৰাহী আদি আনি প্রদর্শন কৰিছে। ভাষা শিক্ষণৰ ক্ষেত্রত এই সামগ্রীবোৰক কি বুলি জনা।
  • শিক্ষন সামগ্রী
  • বন্ধন সামগ্রী
  • ৰিলিয়া (Realia)
  • বাস্তৱ জীৱনৰ কার্য

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

24. ঘোষিত জ্ঞান (Declarative knowledge)
  • ভাষাৰ শব্দ উচ্চাবণ কৰিবলৈ শিকা
  • ব্যাকৰণৰ বিষয় সম্পর্কে জনা
  • ব্যাকৰণৰ বিষয়ত ভুল চিনাক্ত কৰিব জনা
  • বৈয়াকৰণিক বিষয় কিন্দৰে লিখিব লাগে সেয়া জনা
 
25. আলোচ্য বিষয়ৰ বিপৰীত প্ৰসংগৰ সৈতে শিক্ষার্থীক মুখামুখি কৰাই মূল বিষয়টো সম্পর্কে ধাৰণা কৰিবলৈ দিয়া এটা পৰিবেশ সৃষ্টি কৰা হৈছে। এনেদবে শিক্ষার্থীক শিকোরা কার্যটোক কি কোৱা হয়
  • সমালোচনামূলক বিশ্লেষণ
  • ব্যৱস্থাকেন্দ্রিক শিক্ষণ কৌশল (Process based pedagogy)
  • সমালোচনাত্মক অক্ষৰ জ্ঞান (Critical Literacy)
  • অক্ষৰ জ্ঞানৰ বিকাশ (Literacy development)
 
26. ভাষান্তৰকৰণ (Translanguaging) কি
  • ভাষা শিক্ষণ - শিকনৰ কালত এটা ভাষাৰ পৰা আন এটা ভাষালৈ গুচিযোৱাটোক
  • ভাষা কিদৰে সময়ৰ সোঁতত সলনি হৈ আহি আছে
  • একাধিক ভাষাক শ্রেণীকোয়ত পাঠদানৰ সমল হিচাপে ব্যবহাৰ কৰা এক শিক্ষণ কৌশল
  • বিদ্যালয়ত কিমানটা ভাষা শিকোৱা হ'ব সেই বিষয়ক শিক্ষা নীতিৰ ভাষা বিষয়ক আঁচনি

 

MCQs of CTET Assamese, Paper II

    Multiple-choice questions (MCQs) are a significant part of the CTET Assamese Paper 2. Practicing MCQs helps in enhancing your problem-solving skills and quick thinking. Here’s how to effectively practice MCQs:

  • Regular Practice : Daily practice of MCQs can help in familiarizing yourself with different types of questions.
  • Analyze Mistakes : Review incorrect answers to understand where you went wrong and to avoid making similar mistakes in the future.
CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

27. তলৰ কোনটো পদ্ধতি ভাষা ভালকৈ লিখাৰ ক্ষেত্রত প্রযোজ্য সম্পাদনা চূড়ান্তকৰণ 
  • মস্তিষ্ক মন্থন - ৰূপৰেখা প্রস্তুতকৰণ - খচৰা লিখন - পইন্টসমূহ লিখি উলিওৱা - সম্পাদনা - চূড়ান্তকৰণ
  • মস্তিষ্ক মন্থন - পইন্টসমূহ লিখি উলিওৱা - খচৰা লিখন - সম্পাদনা -  ৰূপৰেখা প্রস্তুতকৰণ - চূড়ান্তকৰণ
  • মস্তিষ্ক মন্থন - পইন্টসমূহ লিখি উলিওৱা - খচৰা লিখন - ৰূপৰেখা প্রস্তুতকৰণ - সম্পাদনা - চূড়ান্তকৰণ
  • মস্তিষ্ক মন্থন - পইন্টসমূহ লিখি উলিওৱা - ৰূপৰেখা প্রস্তুতকৰণ - খচৰা লিখন - সম্পাদনা - চূড়ান্তকৰণ
 
28. সমাজ অধ্যয়নৰ শ্রেণী এটাত শিক্ষার্থীসকলে শ্রেণীকোঠান বক্তৃতাৰ মূল কথাবোৰ টুকি ধৰি বক্তৃতাটোৰ মূল বিষয়বোৰ সম্পর্কে ধাৰণা এটা ধৰি ৰাখিছে। এই দক্ষতাটোক কি বুলি কোৱা হয়
  • অধ্যয়ন দক্ষতা
  • লিখন দক্ষতা
  • শ্রৱণ দক্ষতা
  • বোসজনিত দক্ষতা
 
29. তলত এটা প্রশ্ন দিয়া আছে। প্রশ্নটো পঢ়া আৰু প্ৰকাৰ তত্ত্বৰ আধাৰত ই কোন শ্রেণীৰ প্রশ্ন নির্ণয় কৰা। এগৰাকী কণমানি ছোৱালীৰ জীৱনৰ কাহিনী পঢ়ি তেওঁ সম্মুখীন হোৱা দুখৰ কথা শুনি তুমি প্রভাবিত হ'লা আৰু সেই সমস্যাৰ মুখামুখি হ'বলৈ তুমি সিদ্ধান্ত ল'লা। তুমি ছোৱালীজনীক উৎসাহ যোগাবলৈ এখন চিঠি লিখিব লাগে। 120 টা শব্দব ভিতদ্ভুত চিঠিখন লিখা
  • অভিব্যক্তিমূলক প্রশ্ন
  • দীঘলীয়া উত্তৰৰ প্রশ্ন
  • বহির্বেশনমূলক প্রশ্ন (Extrapolative Question)
  • বিভ্রান্তিমূলক প্রশ্ন (Discursive Question

 

30. অষ্টম শ্রেণীব এগবাকী শিক্ষকে ইংৰাজী ভাষাত পাঁচোটা বাক্য দুবাৰকৈ কৈ শিক্ষার্থীসকলক কথাখিনি মনোযোগেৰে শুনিবলৈ ক'লে। তাৰ পাছত শিক্ষার্থীসকলক কিছুমান গোটত ভাগ কবি পূর্বতে কৈ অহা বাক্যকেইটাৰ ঠাইত তাৰ অৰ্থৰ সৈতে ওচৰ চপা বাক্যকেইটামান লিখিবলৈ দিলে। এই কার্যটোক কি বুলি জনা যায়
  • লেখন কার্য
  • সামুহিক শ্রুতলিপি
  • পেৰাগ্ৰাফৰ শ্রুতলিপি
  • শ্রৱণ কার্য
 
31. বিদ্যায়তনিক ভাষাত দক্ষতা অথবা বিভিন্ন বিষয় ক্ষেত্রত প্রয়োজনীয় ভাষাৰ ক্ষেত্রক সূচায়
  • আন্তঃ ভাষা দক্ষতা
  • প্রাথমিক আন্তঃ ব্যক্তিক যোগাযোগ দক্ষতা (BICS)
  • যোগাযোগমূলক ভাষা দক্ষতা
  • বোধজনিত বিদ্যায়তনিক দক্ষতা (CALP)
 
32. ৰাষ্ট্রীয় শিক্ষা নীতি 2020 অনুসৰি ভাষা শিক্ষণৰ ক্ষেত্রত তলৰ কোনটো কথা শুদ্ধ নহয়
  • ত্রি-ভাষা সূত্ৰৰ ভিতৰত এটা ধ্রুপদী ভাষা শিকা
  • মাতৃভাষা/ঘকরা ভাষা ত্রি-ভাষা সূত্রব অধীনত শিকা
  • ত্রি-ভাষা সূত্ৰৰ অধীনত ভাৰতীয় ভাষা শিকা
  • ত্রি-ভাষা সূত্রব অধীনত ইংৰাজী ভাষা শিকা
 
33. তলৰ কোনটো ত্রি-ভাষা সুত্রৰ ক্ষেত্ৰত সত্য
  • শিশু এটাই ইংৰাজী বা ঘৰুৱা ভাষাত স্কুলীয়া শিক্ষা আৰম্ভ কৰি উচ্চ মাধ্যমিক স্তব সমাপ্ত কৰালৈকে দুটা বা অধিক ভাষা শিকিব
  • প্রত্যেক শিশুবেই ৰাজ্য ভাষাত প্রাথমিক শিক্ষা আৰম্ভ কৰি উচ্চ মাধ্যমিক স্তবব শিক্ষা শেষ বৰালৈকে অন্ততঃ দুটা অতিৰিক্ত ভাষা শিকিব
  • প্রত্যেক শিশুবেই ৰাজভাযা হিন্দীত প্রাথমিক শিক্ষা গ্রহণ কৰি উচ্চ মাধ্যমিক স্তৰলৈকে অন্ততঃ দুটা অতিৰিক্ত ভাষা শিকিব
  • প্রত্যেক শিশুৱেই মাতৃভাষা বা ঘৰুৱা ভাষাত প্রাথমিক শিক্ষা গ্রহণ কৰি উচ্চ মাধ্যমিক স্তৰ পর্যন্ত অন্ততঃ দুটা অতিৰিক্ত ভাষা শিকিব
 
34. শিকন পৰিণতিয়ে শিক্ষার্থীক সমর্থ কৰে
  • মাপন যোগ্য বিষয়ৰ বৈয়াকরণিক জ্ঞান আহৰণ কৰাত
  • মাপন যোগ্য পৰিভাষাৰ ক্ষেত্ৰত পাৰদৰ্শিতা আহৰণত
  • সকলো কৌশল ন্যূনতম স্তবলৈকে আহৰণ কৰাত
  • মাপন যোগা ৰূপত ভাষিক উপকৰণ আহবণ কৰাত

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved