Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

CTET Aug 2023 : Assamese, Paper 2

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 2

     Prepare effectively for the CTET Assamese Paper 2 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 2, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here
Assamese Chapter Click Here

 

CTET Aug 2023 : Assamese, Paper 2

 

Language - I : Assamese


 

91. এগৰাকী শিক্ষকে ষষ্ঠ শ্ৰেণীৰ ছাত্র-ছাত্রীসমূহ লিখিত শিৰোনাম থকা চলচ্চিত্র এখন চাবলৈ দিছে। চলচ্চিত্ৰখনৰ কাহিনীভাগ তেঁওলোকৰ পাঠ্যপুথিত থকা পাঠ এটাৰ ভেটিত প্রস্তুত । লিখিত শিৰোনামেৰে সৈতে চলচ্চিত্ৰখন চাবলৈ দি শিক্ষক গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ কি উৎসাহিত কৰিবলৈ চেষ্টা কৰিছে

  • শ্ৰৱণ কৌশল, সক্রিয় দর্শন আৰু ছাত্ৰ-ছাত্ৰীসকলে নিৰ্ভৰযোগ্য ভাষা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আগ্রহী কৰি তোলা
  • সক্রিয় দর্শন আৰু শ্ৰৱণ
  • ছাত্র - ছাত্রীসকলক তেনে ধৰনৰ চলচ্চিত্ৰ আৰু বেছিকৈ চাবলৈ উৎসাহ দিয়া
  • মৌখিক ইংগিতৰ দ্বাৰা শ্ৰৱণ কৌশল, অভিনেতাসকলৰ কাৰ্যৰ শলাগ লোৱা আৰু সমালোচনা লিখা

 


92. উক্তি (A) : শৈশৱৰ আৰম্ভনি কালচোৱাত। শিশুরে বিশেষ্যতকৈ ক্রিয়াপদ। বেছিকৈ ব্যৱহাৰ কৰে আৰু ব্যাকৰণৰ নিয়মবোৰত গুৰুত্ব নিদিয়ে 
যুক্তি (R) : শিশুৰ শব্দভাণ্ডাৰ টনকিয়াল। নহয়
ওপৰত দিয়া উক্তি আৰু যুক্তিৰ আধাৰত আটাইতকৈ উপযুক্ত উত্তৰটো বাচি উলিওৱাঁ

  • (A) শুদ্ধ, (R) অশুদ্ধ
  • (A) আৰু (R) উভয়ে শুদ্ধ, কিন্তু (R), (A)-র শুদ্ধ ব্যাখ্যা নহয়
  • (A) অশুদ্ধ, (R) শুদ্ধ।
  • (A) আক উভয়ে শুদ্ধ আৰু R। হৈছে (A) 4 শুদ্ধ র‍্যাখ্যা
  •  

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

93. এটি শিশুৱে তাৰ ভাষাৰ শ্ৰেণীকোঠাৰ অভিজ্ঞতাৰ বিষয়ে কৈছে শিক্ষকে কেতিয়াবা সিহঁতক চকু মুদি বেগ এটাৰ পৰা কিবা বস্তু এটা উলিয়াবলৈ দিয়ে আৰু বস্তুটো চুই চাই সেইটোৰ বিষয়ে বর্ণনা কৰিবলৈ দিয়ে। এই খেলটো খেলি শিকিবলৈ ভাল শিশুটিৰ মন্তব্যৰ পৰা তাৰ শিকন অগ্রাধিকাৰ (preference of learning) কি সেয়া চিহ্নিত কৰাঁ

  • মই চলা-ফিৰা কৰিলে ভাষাটো ভালকৈ মনত ৰাখিব পাৰোঁ
  • মই শুনিলৈ পালে ভাষাটো ভালকৈ মনত ৰাখিব পাৰোঁ
  • মই যেতিয়া অনুকৰণ কৰোঁ, ভাষাটো ভালকৈ মনত ৰাখিব পাৰোঁ
  • মই যেতিয়া বস্তু এটা দেখা পাঁও, ভাষাটো ভালকৈ মনত ৰাখিব পাৰোঁ

 

94. মই যেতিয়া কিবা অর্থ বুজি নাপাঁও, তেতিয়া মই কিতাপৰ পাত লুটিয়াওঁ -
উদ্ধৃত উদাহৰণৰ উক্তিটো পটা আৰু শিক্ষার্থীয়ে কি কৰে আৰু কি কৌশল অৱলম্বন কৰে তাৰে সৈতে মিল থকা কৌশলটো বাছি উলিওৱা

  • প্রসংগ - সামগ্ৰীৰ ব্যৱহাৰ কৰা
  • অনুশীলন কৰাৰ সুযোগ গ্রহণ কৰা
  • দ্বিধাগ্রস্ত মানসিক অবস্থা
  • শব্দবিন্যাসত গুৰুত্ব দিয়া

 

95. তলত দিয়া কোনটোৰ মূল্যায়ন কৰিবৰ কাৰণে উপচাৰাত্মক বা নিদানমূলক পৰীক্ষা (diagnostic test) ব্যৱহাৰ কৰা হয়

  • শিকাৰৱে পাঠ এটাৰ সাৰৰ্মম উলিয়াব পৰা ক্ষমতাৰ
  • শিকাৰুৰে নিজে কৰা ভুলবোৰ নিজে চিহ্নিত কৰিব পৰা ক্ষমতাৰ
  • সাফল্যৰ ক্ৰম অনুসৰি স্থানপ্রাপ্তসকলৰ মূল্যায়ন কৰাৰ কাৰণে
  • ভাষাৰ ক্ষেত্ৰত থকা শিকাৰুৰ সবল আৰু দুৰ্বল দিশবোৰৰ


96. তলত দিয়া কোনটোৰ মূল্যায়ন কৰিবৰ কাৰণে পটুতা বা দক্ষতা পৰীক্ষা (proficiency test) কৰা হয়

  • শিকাৰু উপনীত হোৱা ভাষাৰ স্তৰটোৰ
  • শিকাৰুক শিকোৱা ভাষাটোৰ
  • বহুসংজ্ঞাবাহী (multisensory) ভাষা শিকন অভিজ্ঞতাৰ
  • দৈনন্দিন কথোপকথনৰ ভাষাটোৰ

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

97. এগৰাকী শিক্ষকে ছাত্র-ছাত্রীসকলক কিছুমান গোটত ভাগ কৰি দিছে আৰু 'হাতী'ৰ বিষয়ে পাঠ এটা পঢ়ওৱাৰ আগে আগে গোট বোৰৰ মাজত হাতীৰ বিষয়ে এটা কুইজ পাতিছে। শিক্ষকগৰাকীৰ এই কাৰ্যটোৰ উদ্দেশ্য হৈছে

  • বিষয একোটাৰ প্ৰতি ছাত্ৰ - ছাত্ৰীক আগ্রহী কৰি তোলা
  • সহপাঠীৰ ফীডবেক দিয়া/লোৱা
  • এটা পাঠ সমালোচনা লিখা
  • স্মৃতি পৰীক্ষা কৰা

 

98. ভাষাৰ শ্ৰেণী এটাত আমনি বা অসুবিধাৰ সৃষ্টি কৰা ছাত্র বা ছাত্ৰী এগৰাকীক শিক্ষকে কেনেদৰে নিয়ন্ত্ৰণ কৰা উচিত

  • প্রথমে ছাত্র বা ছাত্ৰীগৰাকীৰ সৈতে কথা পাতি নিদানৰ ব্যৱস্থা কৰি
  • শ্ৰেণীটোৰ অধ্যৱসায়ী শিক্ষার্থীসকলক সম্বোধন কৰি বা গুৰুত্ব দি
  • এইক্ষেত্রত নিদানৰ ব্যৱস্থা শিক্ষার্থীগৰাকীৰ অভিভাৱকৰ ওপৰত নিৰ্ভৰ কৰে
  • শিক্ষার্থী গৰাকীৰ আচৰণৰ বিষয়ে বিদ্যালয় কতৃপক্ষক অৱগত কৰি

 

Mock Tests of CTET Assamese, Paper II

    Prepare for the CTET Assamese Paper 2 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 2 Test - 1
CTET Assamese, Paper 2 Test - 2
CTET Assamese, Paper 2 Test - 3
CTET Assamese, Paper 2 Test - 4
CTET Assamese, Paper 2 Test - 5
CTET Assamese, Paper 2 More Test

 

99. ছাত্র - ছাত্রীসকলে ধাৰণাৰ মস্তিষ্কমন্থন কৰে, চিজিল বা থান্বিত লগায়, খচৰা প্ৰস্তুত কৰে সম্পাদনা কৰে আৰু তেওঁলোকৰ কামৰ পুনৰীক্ষণ কৰে, উদ্ধৃত প্ৰক্ৰিয়াটোৱে তলত দিয়া কোনটো দক্ষতা প্রতিফলিত কৰে

  • পঠন দক্ষতা
  • কথন দক্ষতা
  • লিখন দক্ষতা
  • শ্ৰৱণ দক্ষতা


100. উক্তি (A) : প্রাথমিক পর্যায়ত পঠন আৰু লিখন দক্ষতাই সমালোচনাত্মক বা সুবিবেচক চিন্তনত সহায় কৰে
যুক্তি (R) : সমালোচনাত্মক বা সুবিবেচক চিন্তন হৈছে পঠন আৰু লিখন দক্ষতাৰে এক উপদক্ষতা
ওপৰত দিয়া উক্তি আৰু যুক্তিৰ আধাৰত আটাইতকৈ উপযুক্ত উত্তৰটো বাচি উলিওৱাঁ

  • (A) আৰু (R) উভয়ে শুদ্ধ, কিন্তু (R), (A)-ৰ উপযুক্ত ব্যাখ্যা নহয়
  • (A) আৰু (R) উভয়ে শুদ্ধ আৰু (R) হৈছে (A)-ৰ উপযুক্ত ব্যাখ্যা
  • (A) অশুদ্ধ, (R) শুদ্ধ
  • (A) শুদ্ধ, (R) অশুদ্ধ

 

101. ভাষাব দক্ষতা কেনেদবে ফলপ্ৰসূৰূপে শিকিব পৰা যায় আটাইতকৈ

  • ভাষাৰ প্ৰত্যাহ্বানপূর্ণ আৰু যান্ত্রিক অনুশীলনৰ সহায়ত
  • যদিহে শিক্ষকগৰাকীয়ে এটা সময়ত এটা মাত্র দক্ষতা শিকোৱাত গুরুত্ব দিয়ে
  • সংহতিপূর্ণ ধৰণে আগবাঢ়ি
  • কেরল লিখিত পৰীক্ষা আৰু প্রদত্ত কার্যৰ দ্বাৰা


102. শিক্ষার্থীয়ে বৰ্ণনাৰ দক্ষতা বুজি পাইছে নে নাই জানিবৰ কাৰণে শিক্ষকে তেঁওলোকক কি কৰিবলৈ দিয়া উচিত

  • শিক্ষার্থীসকল অভিভূত হোৱা বা আশ্চর্যচকিত হোৱা অভিজ্ঞতা এটাৰ বিষয়ে ক'বলৈ দিয়া
  • পাঠটোত থকা ক্রিয়া আৰু বিশেষণ পদসমূহ ঘূৰণীয়াকৈ চিহ্নিত কৰা
  • শব্দ বৰ্ণনৰ ভুলবোৰ শুধৰাবলৈ দিয়া
  • সাধু এটা পঢ়িবলৈ দিয়া আৰু বোধক্ষমতাভিত্তিক প্ৰশ্নৰ উত্তৰ দিবলৈ দিয়া


103. সপ্তম মানৰ এগৰাকী শিক্ষকে পাঠ্যপুথিৰ পৰিৱৰ্তে ও অন্যান্য কিতাপ পঢ়াত গুৰুত্ব দিছে। এইক্ষেত্রত শিক্ষকগৰাকীয়ে কেনে ধৰণৰ পঠনক উৎসাহিত কৰিছে

  • পুংখানপুংখ (Intensive) পঠন
  • ভাগ - বটোৱাৰা বা অমিল - মিল পঠন
  • ব্যাপক বা বিস্তৃত (Extensive) পঠন
  • নির্দেশিত পঠন

 

104. এগৰাকী অধ্যক্ষই ভাষাৰ শিক্ষকক নতুন শ্ৰেণীবোৰ আৰম্ভ হোৱাৰ আগে আগে পাঠ্যপুথি আৰু অন্যান্য সমল বাছনি কৰিবলৈ দিছে। শিক্ষকজনৰ চয়ন - প্রক্রিয়াত তলত দিয়া কোনটো প্রাসংগিক নহয়

  • সমল আৰু পুথিসমূহৰ অভিযোজনতা (adaptability)
  • শিশুৰ শিকন - প্রয়োজন আৰু সিহঁতে জনা ভাষাজ্ঞান
  • শিক্ষার্থীৰ স্তৰ
  • ধাৰণাৰ জটিলতা আৰু সামগ্রীব গভীৰতা


105. শিক্ষার্থীয়ে ব্যৱহাৰ কৰা ভাষা সামগ্ৰীসমূহৰ ব্যৱহাৰ পৰ্য্যবেক্ষণ কৰিবলৈ তলত উল্লেখ কৰা চৰ্তসমূহৰ কোনটো আটাইতকৈ গুৰত্বপূর্ণ তথা উপযোগী

  • সামগ্ৰীসমূহৰ প্ৰস্তুতকৰণ, উপস্থাপন আৰু অনুশীলন
  • ব্যৱহাৰযোগ্যতা, পুনৰাবৃত্তি আৰু বাগ্মিতা বা বক্তৃতাৰ ফল
  • পর্য্যবেক্ষণ, ফীডবেক আৰু লিখিত প্রতিবেদন
  • পৰীক্ষণ তালিকা, অনুমান বা ধাৰণা আৰু শিকন ফলাফল

 

Language - II : Assamese


 

 

121. ভাষাৰ শিক্ষণ - শিকনত তলত দিয়া কোনটো শ্ৰেণীকোঠাৰ সমল নহয়

  • শ্ৰেণীকোঠাৰ পুথিভঁৰাল
  • পঠন উপযোগী স্থান
  • শ্রেণীকোঠাৰ কাৰ্য - পর্যায় বা স্বীকৃত আচৰণ
  • শব্দ দেৱাল

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

122. উক্তি (A) : গাইগুটীয়া শিকনৰ পৰিকল্পনা ভাষাৰ শিক্ষকেই কৰা উচিত
যুক্তি (R) : নতুন ভাষা এটা শিকাৰ ক্ষেত্ৰত শিকাৰুৰ মাজত বিবিধতা বা বৈচিত্র থাকে
ওপৰত দিয়া উক্তি আৰু যুক্তিৰ আধাৰত আটাইতকৈ উপযুক্ত উত্তৰটো বাচি উলিওৱাঁ 

  • (A) শুদ্ধ, (R) অশুদ্ধ
  • (A) আৰু (R) উভয়ে শুদ্ধ, কিন্তু (R), (A)-ৰ শুদ্ধ ব্যাখ্যা নহয়
  • (A) অশুদ্ধ, (R) শুদ্ধ
  • (A) আৰু (R) উভয়ে শুদ্ধ, আৰু (R) হৈছে (A)-ৰ শুদ্ধ ব্যাখ্যা


123. তলত দিয়া কোনটো পদ্ধতিৰ শিক্ষণত শিকাৰুৰ প্রথম ভাষাই মুখ্য ভূমিকা পালন কৰে

  • যোগাযোগমূলক ভাষা শিক্ষণ পদ্ধতি
  • ব্যাকৰণ - অনুবাদ পদ্ধতি
  • কার্যভিত্তিক শিকণ
  • প্রতক্ষ পদ্ধতি

 

124. চেতনৰ প্ৰথম ভাষা ভোজপুৰী। কিন্তু তামিলনাডুলৈ অহাৰে পৰা সি ভোজপুৰীৰ পৰিৱৰ্তে ইংৰাজী ক'বলগা হয়। এনে পৰিস্থিতিত, নতুন দ্বিতীয় ভাষাটোৱে নিজৰ ভাষাটোৰ স্থান লোৱালৈ হৈছে

  • ভাষা মিশ্রণ (Code-mixing)
  • বিয়োগমুখী (subtractive) দ্বিভাষিকতা
  • ভাগ্নি সঞ্চৰণ (Code-switching)
  • দ্বিভাষিকতা

 

125. তলত দিয়া কোনটোৰে পূর্ব-পঠন কার্যক সমর্থন কৰে

  • শিকাৰুক পাঠটোৰ সাৰাংশ প্ৰস্তুত কৰিবলৈ দিয়া
  • অনুমান বা অনুধাৱন কাৰ্যৰ ব্যৱহাৰ
  • ব্যাকৰণৰ গঠন শিকোৱা
  • ভাষান্তৰ বা শব্দান্তৰ প্ৰকাশ কাৰ্যৰ ব্যৱহাৰ


126. তলত দিয়া কোনটো উপচাৰাত্মক বা নিদানমূলক শিক্ষণৰ ক্ষেত্ৰত শুদ্ধ

  • প্রদর্শন বা ফলাফল উন্নীত কৰিবলৈ সহায় কৰা
  • পিছপৰা শিক্ষার্থীৰ প্রতি অনুকম্পা ৰখা
  • ফলাফল ভাল হ'বলৈ অতিৰিক্ত নম্বৰ দিয়া
  • বিশেষ শিশুক বিশেষ গুৰুত্ব দিয়া

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

127. উক্তি (A): ইংৰাজী ভাৰতৰ সহযোগী দপ্তৰীয় ভাষা
যুক্তি (R): ভাৰতৰ বিদ্যালয়সমূহৰ বিদেশী ভাষা হিচাপে ইংৰাজী পঢ়োৱা হয়।
ওপৰত দিয়া উক্তি আৰু যুক্তিৰ আধাৰত আটাইতকৈ উপযুক্ত উত্তৰটো বাঁচি উলিওৱাঁ ।

  • (A) শুদ্ধ, (R) অশুদ্ধ
  • (A) আৰু (R) উভয়ে শুদ্ধ, কিন্তু (R), (A)-ৰ উপযুক্ত ব্যাখ্যা নহয়
  • (A) অশুদ্ধ, (R) শুদ্ধ
  • (A) আৰু (R) উভয়ে শুদ্ধ, আৰু (R) হৈছে (A)-ৰ উপযুক্ত ব্যাখ্যা

 

128. তলত উল্লেখ কৰা কোনটো ভাষাৰ বৈশিষ্ট্য নহয়

  • ভাষা সাংকেতিক
  • ভাষা স্থবিৰ
  • ভাষা সামাজিক
  • ভাষা প্রণালীবদ্ধ

 

MCQs of CTET Assamese, Paper II

    Multiple-choice questions (MCQs) are a significant part of the CTET Assamese Paper 2. Practicing MCQs helps in enhancing your problem-solving skills and quick thinking. Here’s how to effectively practice MCQs:

  • Regular Practice : Daily practice of MCQs can help in familiarizing yourself with different types of questions.
  • Analyze Mistakes : Review incorrect answers to understand where you went wrong and to avoid making similar mistakes in the future.
CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

129 . উক্তি (A): দিবলৈ উৎসাহিত গুৰুত্বপূর্ণ। শিক্ষাৰ্থীৰ পূৰ্বজ্ঞান সোঁৱৰাই কৰাটো
যুক্তি (R) : পূৰ্বজ্ঞানৰ স্মৰণে শিক্ষার্থীক নতুনকৈ শিকা জ্ঞান আৰু ইতিমধ্যে জনা জ্ঞান সংযোজিত কৰাৰ সহায় কৰে
ওপৰত দিয়া উক্তি আৰু যুক্তিৰ আধাৰত আটাইতকৈ উপযুক্ত উত্তৰটো বাচি উলিওৱাঁ।

  • (A) শুদ্ধ, (R) অশুদ্ধ
  • (A) আৰু (R) উভয়ে শুদ্ধ, কিন্তু (A), (R)-ৰ উপযুক্ত ব্যাখ্যা নহয়
  • (A) অশুদ্ধ, (R) শুদ্ধ
  • (A) আৰু (R) উভয়ে শুদ্ধ, আৰু R হৈছে (A) ব উপযুক্ত ব্যাখ্যা

 

130. অষ্টম শ্ৰেণীৰ শিক্ষক এগৰাকীয়ে তেঁওৰ ছাত্ৰ-ছাত্ৰীসকলক ঘৰত শক্তিৰ সঞ্চয় বিষয়ত এখন পত্রিকা প্ৰস্তুত কৰিবলৈ দিছে। এই প্রদত্ত কার্যটো হ'ব

  • প্রশ্নবোধকত
  • সদর্থক ধাতুৰূপত
  • তুলনামূলক
  • অতীত কালৰ

 

131. ক্রেতা বা গ্ৰাহকৰ সৈতে গতানুগতিক ব্যৱসায়িক ভাব বিনিময় বা কথোপকথনত শিকাৰুক পাৰ্গত কৰি তোলাৰ উদ্দেশ্যৰে পাঠ পৰিকল্পনা কৰোতে তলত দিয়া কোনটো পাঠ বিধা লক্ষ্য কৰা হয়

  • প্রতিবেদন
  • বর্ণনাকৰণ
  • নিবন্ধ
  • চিঠি লিখন

 

132. এগৰাকী শিক্ষকে ছবি এখনত থকা চাৰিবিধ বাদ্যযন্ত্র ছাত্র-ছাত্রীক দেখুৱাইছে আৰু কিয় সেইবোৰ বেলেগ বেলেগ সংগীতৰ ক্ষেত্ৰত ব্যৱহাৰ হয় সেয়া আলোচনা কৰিছে। তলত দিয়া কোনটো বৌধিক বা বোধ দক্ষতা (cognitive skill) শিক্ষকজনৰ এই কাৰ্যটোৰ অন্তৰ্গত

  • বিশ্লেষণ কৰা
  • সৃজন কৰা বা ৰচনা কৰা
  • যুক্তি দর্শন বা বিচাৰ কৰণ
  • কল্পনা কৰা


133. একেটা কথিত বা নিদের্শিত ধাৰনাৰ ভিতৰতে একভাষী এজনে যেতিয়া ভাষাৰ ব্যৱহাৰ আনুষ্ঠানিক' ধৰনৰ পৰা অনানুষ্ঠানিক ধৰণলৈ সলনি কৰে, তেঁও তলত দিয়া কোনটোত জড়িত হৈ পৰে

  • ভাষা মিশ্রণ (Code-mixing)
  • ভাষা সঞ্চাৰণ
  • উপভাষা
  • সমাজ ভাষা বিজ্ঞান

 

134. ভাষাৰ ব্যৱহাৰৰ তলত দিয়া কোনটো ৰূপৰ ভিত্তিৰ শিশুৰ অনানুষ্ঠানিক ভাব বিনিময়, বন্ধুত্ব আৰু সমাজৰ আন সকলৰ সৈতে সম্পর্ক আদি গঢ় লয়

  • সংগতকৰণ (Accommodation)
  • সমীভৱন (Assimilation)
  • ভাষা সামাজীকৰণ
  • সংস্কৃতিকৰণ

 

135. শব্দভাণ্ডাৰ ব্যৱহাৰৰ ক্ষেত্ৰত, ব্যাকৰণে শিক্ষার্থীক কি কৰিবলৈ পথ দেখুৱায়

  • আভিধানিক বিষয়বোৰ অর্থবহ আৰু যোগাযোগাত্মক প্রকাশভংগীৰে যুক্ত কৰিব পৰা কৰে
  • শ্ৰৱণ তথা প্রবেশ বা ইন্সুটক মৌখিক আউট্ পুটলে পুনৰ কোৱা
  • ওপৰৰ শ্ৰেণীত আনুষ্ঠানিক লেখাৰ খচৰা প্রস্তুত কৰিব পৰা কৰি তোলে
  • আনুষ্ঠানিক পৰিৱেশত অতি শুদ্ধতা আত্মবিশ্বাসেৰে কথা ক'ব পৰা কৰে

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved