Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

CTET Dec 2019 : Assamese, Paper 2

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 2

     Prepare effectively for the CTET Assamese Paper 2 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 2, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here
Assamese Chapter Click Here

 

CTET December 2019 : Assamese, Paper 2

 

Language - I : Assamese


 

106. দক্ষ পঠন (Skilled Reading) নহয় 

  • গঠনমূলক (constructive)
  • কল্পনামূলক (imaginative)
  • বিকাশমূলক (progressive)
  • চিন্তামূলক (deliberate)


107. তলৰ কোনটো বিস্তৃত অধ্যয়নৰ (Extensive reading) সৈতে জড়িত নহয়

  • ই পঠনৰ আনন্দ ব্যাপকৰূপত প্রদান কৰে
  • ই গভীৰ অর্থবোধৰ বাবে সুক্ষ্মতম সবিশেষসহ অধ্যয়নৰ সুবিধা দিয়ে
  • ই ভাষা শিকনৰ উত্তৰণ ঘটায়
  • ই পাঠৰ সামগ্রিক বোধৰ বাবে কৰা পঠন

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

108. লিখনৰ পদ্ধতিগত দৃষ্টিভংগীয়ে (Process approach of writing) গুৰুত্ব দিয়ে

  • পদ্ধতিৰ ওপৰত
  • উৎপাদনৰ ওপৰত
  • পদ্ধতি আৰু উৎপাদন দুয়োটাৰে ওপৰত
  • ভাল হাতৰ আগৰ ব্যৱহাৰৰ ওপৰত

 

109. সাহিত্যক ভাষাৰ পাঠ্যক্রমত অন্তর্ভুক্তিকৰণৰ ক্ষেত্রত তলৰ কোনটো কম গুৰুত্বপূর্ণ

  • ই মাত্র শ্রৱণ আৰু কথন দক্ষতা বৃদ্ধিত গুৰুত্ব দিয়ে
  • ই এক প্রমাণসিদ্ধ সমল
  • ই ছাত্র - ছাত্রীক আন সংস্কৃতি সম্পর্কে জ্ঞান লাভত সহায় কৰে
  • ই ছাত্র - ছাত্রীক ব্যক্তিগত সহাৰি প্রদানত সহায় কৰে

 

110. তলৰ কোনটো মন্তব্য শুদ্ধ

  • যতি চিহ্নই (Punctuation) বাক্যৰ অর্থ সলনি কৰে
  • যতি চিহ্নই কেতিয়াবাহে বাক্যত কিবা পৰিৱর্তন কৰে
  • যতি চিহ্নই পাঠ এটাৰ সৌন্দর্য বৃদ্ধি কৰাত সহায় কৰে
  • যতি চিহ্নই পাঠ এটাৰ পঠন প্রবাহ বাধাগ্রস্থ কৰে

 

111. শিক্ষার্থীৰ লেখন মূল্যায়নৰ ক্ষেত্রত অতি গুৰুত্ব সহকাৰে চাবলগীয়া দিশটো হ'ল

  • বর্ণাশুদ্ধি আৰু ব্যাকৰণ
  • ভাবনাৰ উপস্থাপন
  • শব্দব সীমাবদ্ধতা বক্ষণ
  • লিখনৰ ক্ষেত্রত জটুৱা ঠাঁচ আৰু খণ্ডবাক্য প্রয়োগ

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

112. NCF-2005 ৰ নির্দেশাবলীত তলৰ কোনটো অন্তর্ভুক্ত নহয়

  • বিদ্যালয়ৰ বাহিৰত জীৱনৰ সৈতে জ্ঞানৰ সম্পর্ক স্থাপন কৰা
  • পুনৰাবৃত্তি প্রক্রিয়াৰ (rote method) পৰা শিকনক আঁতৰাই অনাটো নিশ্চিত কৰা
  • পাঠ্যক্রম পাঠ্যপুথিকেন্দ্রিক হ'ব লাগে
  • পৰীক্ষা অধিক নমনীয় আৰু শ্রেণীকোঠাৰ জীৱনৰ সৈতে সংহত (integrated) কৰা


113. কি ঘটিছিল, কেতিয়া ঘটিছিল, ক'ত ঘটিছিল, কার্যটিৰ উত্তেজক (stimulus) আৰু কেনেদৰে কার্যটি সমাপ্ত হল এই সকলো কথা সামৰি তথ্য সমৃদ্ধ ৰূপত শব্দৰ যোগেদি কৰা বর্ণনাক কোৱা হয়

  • প্রকল্প
  • প্রদত্ত কার্য
  • চমু বৃত্তান্ত নথিভূক্তিকৰণ (anecdotal record)
  • নিৰূপক মাপনি (rating scale)

 

114. শিক্ষার্থীৰ ভাষা শিকন কিধৰণেৰে হৈছে জুখিবৰ বাবে তলৰ কোনটো সূচক উপযুক্ত হ'ব পাৰে

  • পৰীক্ষাৰ নম্বৰ
  • শিক্ষার্থীয়ে লিখন আৰু কথনত ব্যবহাৰ কৰা ভাষা
  • ৰাষ্ট্রীয় পাঠ্যক্রম (curriculum) আৰু পাঠ্যতালিকা (syllabi) সম্পর্কীয় জ্ঞান
  • ভাষাৰ লক্ষ্য আৰু উদ্দেশ্য সম্পর্কে বুজা

 

Mock Tests of CTET Assamese, Paper II

    Prepare for the CTET Assamese Paper 2 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 2 Test - 1
CTET Assamese, Paper 2 Test - 2
CTET Assamese, Paper 2 Test - 3
CTET Assamese, Paper 2 Test - 4
CTET Assamese, Paper 2 Test - 5
CTET Assamese, Paper 2 More Test

 

115. ভাইগটস্কিৰ (Vygotsky) স্কাফ'ল্ডিং প্রমেয় (Scaffolding hypothesis) মতে এগৰাকী শিক্ষকে ভাষাৰ শিক্ষার্থীসকলক দুজনীয়াকৈ বা গোট বান্ধি কাম কৰাৰ সুযোগ দিব লাগে। কাৰণ

  • তেতিয়া শিক্ষকে সুচাৰুভাবে কার্যটি চম্ভালিব পাৰে
  • ছাত্র - ছাত্রীৰ মাজত চলা ভাব বিনিময়ে শিক্ষকক সকাহ দিয়ে
  • সামূহিক ভাব বিনিময়ে শিকনৰ উদ্‌গমন ঘটাব পৰাকৈ প্ৰকৃত অৰ্থৰ সন্ধান দিয়ে
  • এনে সামূহিক ভাব বিনিময়ে ছাত্র - ছাত্রীক ভাষা-শিকনৰ পৰা নিলগাই আনে


116. ভাষা শিক্ষণৰ আৰম্ভণিতে প্রাথমিক ধ্বনি আৰু তাৰ মিশ্রৰূপ সমূহতকৈ সৰল বাক্যহে শিকোৱা হয়। ই সূচায় যে

  • যোগাযোগ সম্পূর্ণ বাক্যৰ ওপৰত নির্ভৰশীল
  • ভাষা আহৰণৰ ক্ষেত্ৰত উচ্চাৰণৰ কোনো গুৰুত্ব নাই
  • ভাষা শিকনৰ ক্ষেত্ৰত ব্যাকৰণ আৰু উচ্চাবণ দুয়োটাৰে গুৰুত্ব সমান
  • যোগাযোগৰ বাবে ব্যাকৰণ এক শক্তিশালী ভেটি স্বৰূপ

 

117. সপ্তম শ্রেণীৰ এগৰাকী ভাষা শিক্ষকে দৃষ্টিক্ষমতাসম্পন্ন ছাত্র-ছাত্রীৰ বাবে YouTube ৰ ভি.ডি.অ', শ্রবনানুভূতিসম্পন্ন শিক্ষার্থীৰ বাবে বাণীবদ্ধ পাঠ আৰু স্পর্শানুভূতিসম্পন্নসকলৰ বাবে ভাব বিনিময়ক্ষম খেল ব্যৱহাৰ কৰে। শিক্ষকে ব্যৱহাৰ কৰা এই মাল্টিমেডিয়া সমূহে ব্যক্তিৰ কি বিষয়ক গুৰুত্ব দিয়ে

  • ভাষিক পার্থক্য
  • শিকনৰ ধৰণ
  • শিকনৰ অপাৰগতা
  • প্রত্যয়জনক সামগ্রী


118. শিক্ষণৰ দৃষ্টিৰে এগৰাকী ভাষা - শিক্ষকে শিশুৰ ভুলসমূহ চাব লাগে

  • শিকনৰ অন্তৰায় আৰু বাধা ৰূপে
  • চিন্তাক অন্তর্দৃষ্টি (insight) প্রদান কৰা শিকনৰ এক অংশ ৰূপে
  • এনেকুৱা এটা কথা যিটো শুধৰণিৰ প্রয়োজন আৰু পুনৰাবৃত্তি বোধ কৰা দৰকাৰ
  • শিকনব ক্ষেত্রত তৎকালীনভাবে শুধৰাবলগীয়া অসাবধানতা ৰূপে

 

119. গভীৰ শ্রৱণে (Intensive listening) শ্রৱণৰ ক্ষেত্রত সূচায়

  • মনোযোগ (attention)
  • ধৈর্য (patience)
  • শৃংখলাবদ্ধতা (discipline)
  • উত্তৰণ (Improvement)

 

120. নিৰৱ পঠনৰ যোগেদি শিক্ষার্থীয়ে তলৰ কোনটো কথা কমকৈ আহৰণ কৰিব পাৰে

  • শব্দভাণ্ডাৰ
  • ব্যাকৰণ
  • কথন কৌশল
  • পঠন কৌশল

 

Language - II : Assamese


 

136. বিস্তৃত অধ্যয়নে ছাত্র - ছাত্রীৰ আগ্রহ ধাবিত কৰে

  • অচিনাকি শব্দৰ অৰ্থ উদ্ধাৰ কৰাৰ প্রতি
  • পাঠত থকা ব্যাকৰণগত উপকৰণসমূহৰ ব্যৱহাৰৰ প্রতি
  • কবিতা আবৃত্তিৰ প্রতি
  • পাঠ এটা পঢ়াৰ আনন্দ লাভৰ প্রতি

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

138. শিক্ষার্থী এগৰাকীয়ে সফলভাবে লিখিবলৈ শিকে তেতিয়া যেতিয়া লিখন পাঠটো

  • শিক্ষকে শিক্ষার্থীক শ্রুতলিপি দিয়ে
  • যেতিয়া পাঠটো শিশু উপযোগী আক অর্থবহ হয়
  • যেতিয়া পাঠটো শিক্ষকৰ পৰিপ্ৰেক্ষিত আৰু সংস্কৃতিব অনুকুল হয়
  • যেতিয়া উচ্চাৰিত ধ্বনি আৰু লিখিত বৰূপটো সম্পর্কযুক্ত হয়


139. তলৰ ফোনটো উৎপাদন পদ্ধতিৰ (Product approach) বাবে শুদ্ধ নহয়

  • ই সম্পূর্ণভাবে শিক্ষক কেন্দ্রিক
  • ই আচৰণাত্মক আৰ্হিৰ ওপৰত নিৰ্ভৰশীল
  • ই সর্বশেষ উৎপাদনৰ ওপৰত গুৰুত্ব দিয়ে
  • ই উৎপাদন আৰু ধাৰণাৰ উদ্‌গমনত গুৰুত্ব দিয়ে

 

140. এগৰাকী শিক্ষকে উৎপাদন পদ্ধতিৰ (Product Approach) দৃষ্টিৰে লিখন কার্য সূচনা কৰিবলৈ যাওঁতে তলৰ কোনটো ব্যৱহাৰ কৰিব নালাগে

  • মস্তিষ্ক মন্থন
  • টোকা শ্রুতলিপি দিয়া
  • খচৰা লিখন
  • আর্হি কাকত পৰীক্ষণ

 

141. ভাষা শিক্ষণৰ শ্ৰেণীকোঠাত চৰিত্র ৰূপায়ণ (Role Play) এটা অত্যাবশ্যকীয় অংশ হোৱা উঠিত। কাৰণ

  • ই ছাত্র - ছাত্রীক মুকলিকৈ কথা পতাৰ সুযোগ প্রদান কৰে
  • ই হৈছে শ্রেণীকোঠা ব্যৱস্থাপনাৰ এটা ফলপ্রসু কৌশল
  • ই ছাত্র - ছাত্রীক কাহিনী এটা কণ্ঠস্থ কৰাত সহায় কৰে
  • ই ছাত্র - ছাত্রীক ভাষাৰ অর্থপূর্ণ ভাব বিনিময়ৰ ক্ষেত্রত সফলতা প্রদান কৰে

 

142. যেতিয়া এটি শিশুক এটা নির্ভাবিত বিষয়ক লৈ এটা চুটি কবিতা লিখিবলৈ দিয়া হয় তেতিয়া তেওঁ ব্যবহাৰ কৰে

  • সৃজনীমূলক চিন্তা
  • সহমর্মী চিন্তা
  • সহানুভূতিসম্পন্ন চিন্তা
  • সাংস্কৃতিক চিন্তা

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

143. শিক্ষার্থীক এগৰাকী ভাল পাঠক ৰূপে গঢ়ি তুলিবলৈ শব্দভাণ্ডাৰ সমৃদ্ধকৰণৰ ওপৰত গুৰুত্ব দিয়া প্রয়োজন। তলৰ কোনটো কৌশল শব্দভাণ্ডাৰ সমৃদ্ধকৰণৰ বাবে উপযুক্ত বিবেচিত হব পাৰে

  • শিক্ষার্থীয়ে সমার্থক শব্দ আৰু বিপৰীতার্থক শব্দৰ বিস্তৃত তালিকা মুখস্থ কৰি
  • নতুন শব্দ এটা পোৱাৰ লগে লগে অভিধানৰ সহায় ল'ব লাগে
  • শিক্ষার্থীয়ে এটা পাঠব জটিল শব্দবোৰ চিনাক্ত কৰি সেই শব্দবোৰৰ সহায়ত বাক্য ৰচনা কৰিব লাগে
  • শিক্ষার্থীয়ে শব্দ এটাৰ প্রয়োগ-প্ৰসংগৰ আধাৰত অর্থ অনুমান কৰিবলৈ শিকিব লাগে


144. এগৰাকী শিক্ষকে শিক্ষার্থী এগৰাকীক পর্যবেক্ষণ কৰি তেওঁৰ জীৱনৰ কিছুমান গুৰুত্বপূর্ণ ঘটনাব টোকা সংৰক্ষণ কৰিছে। ইয়াক কোৱা হয়

  • নির্দেশন (rubrics)
  • পত্রাধাৰ (portfolio)
  • পর্যবেক্ষণ
  • চমু বৃত্তান্ত টোকাকৰণ (anecdotal record)


145. তলৰ কোনটো সফল কথন অনুশীলনৰ এটা লক্ষণ

  • শিক্ষার্থীৰ অসমান অংশগ্রহণ
  • শিক্ষার্থীক বার্তালাপ কৰিবলৈ সুযোগ প্রদান কৰা অনুশীলন
  • শিক্ষার্থীক মাত্র লক্ষ্যভাষাত বার্তালাপ কৰিবলৈ দিয়া
  • মনোযোগ বিচৰাসকলক শ্রেণীকোঠাৰ ফলপ্রসু পৰিচালনাৰ বাবে অধিক কথা কোৱাৰ সুযোগ দিব লাগে

 

MCQs of CTET Assamese, Paper II

    Multiple-choice questions (MCQs) are a significant part of the CTET Assamese Paper 2. Practicing MCQs helps in enhancing your problem-solving skills and quick thinking. Here’s how to effectively practice MCQs:

  • Regular Practice : Daily practice of MCQs can help in familiarizing yourself with different types of questions.
  • Analyze Mistakes : Review incorrect answers to understand where you went wrong and to avoid making similar mistakes in the future.
CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

146. ভাইগটস্কি (Vygotsky) মতে ভাষা শিকাব ক্ষেত্রত হৈছে এটা অত্যাবশ্যকীৰ উপকৰণ

  • সামাজিক বার্তা বিনিময়
  • পাঠ্যপুথি
  • ৰেডিঅ'
  • অভিধান


147. কোনটো কার্যই কখন কৌশল অভ্যসনক বেছিকৈ সহায় কৰে

  • শিক্ষার্থীয়ে এটা বিষয় আনুষ্ঠানিকভাবে উপস্থাপন কৰা
  • শিক্ষকে তেওঁলোকক উদ্দেশ্যপূর্ণ শ্রুতলিপি দিয়া
  • শিক্ষার্থীয়ে প্রদত্ত সূত্ৰৰ আধাৰত নিজৰ ধৰণেৰে কাহিনী কোৱা
  • শিক্ষার্থীয়ে প্রকল্প প্রতিবেদন প্রস্তুত কৰা

 

148. পঠনৰ কোনটো পর্যায়ত শিক্ষার্থীয়ে পূর্ব জ্ঞান আৰু নতুনকৈ আহৰণ কৰা জ্ঞান তথা শ্রেণীকোঠাৰ বাহিৰৰ জগতখনৰ সৈতে সংযোগ স্থাপন কৰিব পৰা হয়

  • পূর্ব পঠন (Pre-reading)
  • পঠন অৱস্থা (while reading)
  • পঠনৰ আগতে (before reading)
  • পৰৱতী পঠন (post reading)


149. বোধবাদীসকলৰ (cognitivist) মতে শিশুৱে তেতিয়াহে ভাষা সফলভাবে শিকে

  • যেতিয়া শিক্ষকে শ্রেণীটো নিজৰ নিয়ন্ত্রণত বাখে আৰু ছাত্র - ছাত্রীক কম সুযোগ প্রদান কৰে
  • যেতিয়া শিক্ষকে ছাত্র - ছাত্রীক ব্যাকৰণৰ নিয়মসমূহ কন্ঠস্থ কৰিবলৈ উৎসাহ যোগায়
  • যেতিয়া ছাত্র - ছাত্রীয়ে ব্লেকব'র্ডব কথাবোৰ নিয়াৰিকৈ টোকা কৰি লয়
  • যেতিয়া শিক্ষকে ছাত্র - ছাত্রীক বিভিন্ন দক্ষতাৰ সৈতে জড়িত কার্যসমূহ কৰিবলৈ উৎসাহিত কৰে


150. এগৰাকী ভাল শ্রোতাই

  • এটা শব্দ কিদৰে উচ্চাৰণ কৰিব লাগে বুজে
  • কিদৰে অভিপ্রেত উদ্দেশ্য ব্যৱহৃত হৈছে চিহ্নিত কৰিব পাবে
  • উত্থাপিত প্রশ্নসমূহৰ সঠিক উত্তৰ দিব পাৰে
  • প্রতিটো শব্দ শুদ্ধকৈ উচ্চাৰণ কৰিব পাৰে

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved