SEBA Class 10 HSLC 2017 সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত সমাধান – সম্পূৰ্ণ উত্তৰসমূহ আৰু ব্যাখ্যা। 2017 HSLC সমাজ বিজ্ঞানৰ প্রশ্ন আৰু সমাধান PDF ডাউনলোড কৰক। অসমৰ শিক্ষাৰ্থীৰ বাবে শ্রেষ্ঠ অধ্যয়ন সহায়িকা।
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |

সমাজ বিজ্ঞানৰ প্রশ্নকাকতৰ সমাধান
অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা।
পাঠ্যক্ৰম আৰু পাঠ্যপুথি
SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে
প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ।
HSLC Question Paper - 2017
| SOCIAL SCIENCE | ||
| Full Marks : 90 | Time : 3 hours | |
| (The figures in the margin indicate full marks for the questions) | ||
'ক' শাখা
| তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা - | 1x10=10 |
1. ১৯০৬ চনত মুচলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্রশাসক জন কোন আছিল - (HSLC - 2017)
(a) লর্ড মিন্টো
(b) লর্ড কার্জন
(c) লর্ড কর্নৱালিছ
(d) লর্ড ৰিপন
2. তলৰ কোনটো অ-নবীকৰণযোগ্য সম্পদ - (HSLC - 2017)
(a) পানী
(b) গছ-গছনি
(c) সূৰ্যৰ ৰশ্মি
(d) প্রাকৃতিক গেছ
3. কোনখন সাগৰে এছিয়া আৰু আফ্রিকা মহাদেশক পৃথক কৰিছে - (HSLC - 2017)
(a) ভূমধ্য সাগৰে
(b) লোহিত সাগৰে
(c) কাম্পিান সাগৰে
(d) আৰব সাগৰে
4. আন্তর্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ মুঠ সংখ্যা - (HSLC - 2017)
(a) ১১ জন
(b) ১৫ জন
(c) ৯ জন
(d) ৫ জন
5. কাৰ কাৰ্যকালত 'বংগ বিভাজন আঁচনিখন' কাৰ্যকৰী কৰা হৈছিল - (HSLC - 2017)
(a) লর্ড মাউন্টবেটেন
(b) লর্ড উইলিয়াম বেন্টিংক
(c) লর্ড ডেলহাউচী
(d) লার্ড কার্জন
6. ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ-পূব পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে - (HSLC - 2017)
(a) ৰাজ্যসমূহৰ এজন মুখ্যমন্ত্রীক
(b) ৰাজ্যসমূহৰ এজন ৰাজ্যপালক
(c) ৰাজ্যসমূহৰ এজন বিত্তমন্ত্রীক
(d) ৰাজ্যসমূহৰ এজন মুখ্য সচিবক
7. তলৰ সম্পদসমূহৰ কোনবিধ সম্পদ অজীবীয় - (HSLC - 2017)
(a) বায়ু
(b) Pউদ্ভিদ
(c) জন্তুবোৰ
(d) শস্য
8. গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো (NH) হ'ল - (HSLC - 2017)
(a) ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথ
(b) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ
(c) ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ
(d) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ
9. ১৭৭০ চনত ভাৰতত প্রথমে তলত দিয়া কোনটো বেংক স্থাপন কৰা হৈছিল - (HSLC - 2017)
(a) ভাৰতীয় ৰিজার্ভ বেংক
(b) বেংক অব হিন্দুস্থান
(c) ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক
(d) ভাৰতীয় ক্ষুদ্র উদ্যোগ বেংক
10. কোনটো দিন বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয় - (HSLC - 2017)
(a) 24 October
(b) 27 September
(c) 5 June
(d) 10 December
| বিজ্ঞানৰ Previous Year Question Paper Solve | |
| HSLC 2016 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2017 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2018 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2019 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2020 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2021 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2022 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2023 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2024 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2025 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
YouTube Channel
| Assam TET Academy | Subscribe Now |
| দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ OMR MCQ Test Series | |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-01 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-02 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-03 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-04 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-05 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-06 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-07 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-08 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-09 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-10 |
SEBA Class 10 in Assamese Medium
| English | অসমীয়া | সাধাৰণ গণিত |
| সাধাৰণ বিজ্ঞান | সমাজ বিজ্ঞান | উচ্চ গণিত |
| IT | E. Grammar | অসমীয়া ব্যাকৰণ |

SCERT Class 10 in English Medium
| English | Assamese | Mathematics |
| G. Science | Social Science | Adv. Maths |
| IT | E. Grammar | A. Grammar |
| সমাজ বিজ্ঞানৰ Previous Year Question OMR MCQ Test | |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2016 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2017 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2018 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2019 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2020 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2021 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2022 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2023 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2024 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2025 | Click |

| HSLC Final সমাজ বিজ্ঞানৰ প্রশ্নকাকতৰ সমাধান | ||||
| 2016 | 2017 | 2018 | 2019 | 2020 |
| 2021 | 2022 | 2023 | 2024 | 2025 |
Study Materials (AssamTET.com)
| Assam TET-LP | Assam TET-UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class 10 |
| Asaam TET-GT | Assam TET-PGT | Class 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved